নাগৰিক চনদৰ বাবে আদৰ্শ আৰ্হি –
ৰাজহুৱা সেৱাৰ উন্নত মান আৰু ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সম্ভৱ কৰিব খোজা ৬ আৰু ১৪ বছৰ বয়সসীমাৰ ভিতৰৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ পৰিবেশ ৰচনা কৰাটোৱেই হৈছে নাগৰিক চনদৰ মূল লক্ষ্য অথবা উদ্দেশ্য।
Title | Size | Detail |
---|---|---|
Citizen Charter.pdf | 764.43 KB |