I am now accessing as a :

Government Of Assam Elementary Education Directorate of Elementary Education

আমাৰ স্বপ্ন আৰু অভিযান

আমাৰ সপোন

মানসম্পন্ন শিক্ষা প্ৰদানেৰে ৬ৰ পৰা ১৪ বছৰ বয়স সীমাৰ ভিতৰৰ শিশুসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সম্ভৱ কৰি তোলা।

অভিযান

প্ৰাথমিক পৰ্যায়ত ৰাষ্ট্ৰীয় ঐক্য স্থাপন সম্পৰ্কীয় শিক্ষাৰ চাৰিত্ৰিক বৈশিষ্ট্যক মজবুত কৰি তোলা।
১। সাংবিধানিক প্ৰমূল্যৰ প্ৰতি দায়বদ্ধ এখন সমাজ গঢ়ি তুলিব পৰাকৈ বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ মান আৰু স্তৰ উন্নয়ন
৩। ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনত উল্লেখ কৰাৰ দৰে সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক মানসম্পন্ন শিক্ষা উপলব্ধ কৰা।
৪। সকলোৰে বাবে সুযোগ আৰু সমতা নিশ্চিত কৰি, বিশেষকৈ পাৰ্বত্য আৰু প্ৰত্যন্ত এলেকাসমূহকো সামৰি মানসম্পন্ন প্ৰাথমিক শিক্ষা লাভৰ সাৰ্বজনীন অৱকাশ সৃষ্টি কৰা।