I am now accessing as a :

Government Of Assam Elementary Education Directorate of Elementary Education

কাৰ্য্য আৰু উদ্দেশ্য

উদ্দেশ্য

১। নামভৰ্তিয়েই নহয়, উপস্থিতিও নিশ্চিত কৰি অৱহেলিত এলেকাৰ সকলো শিশুলৈ মানসম্পন্ন শিক্ষা প্ৰদানৰ সকলো ব্যৱস্থা সম্প্ৰসাৰণ কৰা।

২। সমাজৰ অৱহেলিত গোট, দুৰ্বল শ্ৰেণীক আওতালৈ অনাৰ লগতে লৈংগিক ব্যৱধান প্ৰশমিত কৰা।

৩। শিক্ষাৰ স্তৰ উন্নত কৰা

৪। প্ৰতিষ্ঠানিক আৰু পদ্ধতিগত সংস্কাৰ সাধন কৰা।