I am now accessing as a :

Government Of Assam Elementary Education Directorate of Elementary Education

নাগৰিক চনদ

নাগৰিক চনদৰ বাবে আদৰ্শ আৰ্হি –

ৰাজহুৱা সেৱাৰ উন্নত মান আৰু ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সম্ভৱ কৰিব খোজা ৬ আৰু ১৪ বছৰ বয়সসীমাৰ ভিতৰৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ পৰিবেশ ৰচনা কৰাটোৱেই হৈছে নাগৰিক চনদৰ মূল লক্ষ্য অথবা উদ্দেশ্য।

Downloads
TitleSizeDetail
Citizen Charter.pdf764.43 KBswf-image