মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা সঞ্চালকালয়

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি

২০১২ চনৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বিশেষ বৃত্তি আঁচনি মুকলি কৰা হয়। এই বৃত্তিমূলক পৰীক্ষা অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰতি বছৰে জিলাসমূহৰ জৰিয়তে অনুষ্ঠিত কৰা হয়য ।

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ বৃত্তি পৰীক্ষা-২০১৬ৰ কাৰ্য্যকৰী কাৰ্যক্ৰমৰ বাবে কাৰ্য্যকাৰী আৰু বিষয়ববীয়াসকলৰ বাবে এক বিস্তৃত নিৰ্দেশিকা তৈয়াৰ কৰা হৈছে।

Downloads
TitleSizeDetail
Guidlines.pdf1.74 MBswf-image
Status Report of CM Scholarship Examination.pdf480.51 KBswf-image